মঙলদৈত আজি পুনৰ ঘোং বিচাৰি চলিব বন বিভাগৰ অভিযান

 


আজি মঙলদৈ বন বিভাগৰ দল, গুৱাহাটীৰ পৰা অহা চিকিৎসকসহ চাৰিজনীয়া দলে ঘোঙ বিচাৰি চলাব অভিযান।

মঙলদৈ চহৰত ঘোং আজি বিচাৰি বন বিভাগৰ লোকে পুনৰ চলাব উদ্ধাৰ অভিযান। শনিবাৰে অভিযান সামৰি গুৱাহাটী চিৰিয়াখানাৰ চাৰিজনীয়া দলটো উভতি যোৱাৰ পিছত পুনৰ স্থানীয় লোকে ঘোংটো প্ৰত্যক্ষ কৰা বুলি খবৰ দিয়াত নিশাৰ ভাগত পুনৰ উপস্থিত হয় গুৱাহাটীৰ দলটো। 

আজি মঙলদৈ বন বিভাগৰ দল, গুৱাহাটীৰ পৰা অহা চিকিৎসকসহ চাৰিজনীয়া দলে ঘোঙ বিচাৰি চলাব অভিযান।

Post a Comment

0 Comments