অক্ষয় কুমাৰে কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাৰ বাবে দান দিয়া ১ কোটিৰে কৰা কাম দেখি অভিভূত অভিনেতাগৰাকী

 


অসমৰ কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাৰ বাবে বলীউডৰ অভিনেতা অক্ষয় কুমাৰে ১ কোটি টকা প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ। এই  ১ কোটি টকাৰে কাজিৰঙা কৰ্তৃপক্ষই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰানী উদ্ধাৰৰ অভিনেতাগৰাকীৰ প্ৰচেষ্টাৰ প্ৰতি সন্মান জনাই কৰিছে কেইবাটাও কাম।

২০১৯ চনৰ জুলাইত অভিনেতাগৰাকী প্ৰদান কৰা ১ কোটি টকাৰ এই সাহায্যৰে ৰাষ্ট্ৰীয় উদ্যানখনত হাইলেণ্ড নিৰ্মাণৰ লগতে ডংগা এণ্টি পচিং কেম্প, কৰাছিং এণ্টি পচিং কেম্প, বান্দৰডুবি পথ তথা হাইলেণ্ড, ফ্লোটিং কেম্প আৰু পটাহি ৱেটলেণ্ড নিৰ্মাণ কৰে। 

Post a Comment

0 Comments