হেলমেটবিহীন বাইক আৰোহীক হেলমেট উপহাৰ প্ৰশাসনৰ

প্ৰতিবছৰে ৩১ ডিচেম্বৰ নিশা ৰাজ্যত সংগঠিত হয় একাধিক পথ দুৰ্ঘটনা । সেইবাবে এই বছৰ পোন প্ৰথমবাৰৰ বাবে "দুৰ্ঘটনা মুক্ত ৩১ ডিচেম্বৰ" পালন কৰাৰ প্ৰয়াস গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । মূখ্যমন্ত্ৰীৰ 'দুৰ্ঘটনা মুক্ত ৩১ ডিচেম্বৰক' সম্মুখত ৰাখি ইতিমধ্যেই ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰস্তুতি আৰম্ভ কৰিছে পৰিবহণ বিভাগ আৰু আৰক্ষীয়ে ।


Post a Comment

0 Comments