নাগালেণ্ডৰ দেশ কপোৱা ওটিং বস্তিৰ নৰসংহাৰৰ ঘটনা, যোৰহাটত ইজনৰ পিছত সিজন সেনা জোৱানক মাৰাথন জেৰা


নাগালেণ্ড  টিপি-ওটিং বস্তি সংযোগী পথত যোৱা ৪ ডিচেম্বৰত সেনাবাহিনীৰ নিৰ্বিচাৰ গুলীচালনাত ১৩ জনকৈ সাধাৰণ লোকে প্ৰাণ হেৰুৱাব  লগা হোৱা ঘটনাৰ তদন্তই শেহতীয়াকৈ বিশেষ গতি লাভ কৰিছে । সেনা বাহিনীৰ এটি বিশেষ তদন্তকাৰী দলে ২৯ ডিচেম্বৰত ঘটনাস্থলী তথা ওটিং বস্তিলৈ গৈ তদন্ত কৰাৰ পিছত ৩০ ডিচেম্বৰৰ পৰা যোৰহাটত নাগালেণ্ডৰ পৰা অহা এই ঘটনাৰ বিশেষ তদন্তকাৰী দলটোৱে সেনাবাহিনীৰ উক্ত অভিযানটোত ভাগ লোৱা বিষয়া, জোৱানসকলৰ ওপৰত বিশেষ তদন্ত আৰম্ভ কৰিছে ।

Post a Comment

0 Comments