আগন্তুক পাঁচ দিনলৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ছয়খন ৰাজ্যত বৰষুণ হোৱাৰ সম্ভাৱনা

 


অসম তথা উত্তৰ–পূৰ্বাঞ্চলৰ ৰাজ্যত কিছু পৰিমাণে বৰষুণৰ হোৱাৰ সম্ভৱনা। এই সম্ভাৱনা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। অসমৰ কিছু কিছু স্থানত বৰষুণৰ লগতে থাকিব ধেৰেকনি।

উল্লেখযোগ্য বিগত কিছুদিন ধৰি গৰমে দহিছে সমগ্ৰ অসম। তাৰ মাজতে সোমবাৰে মহানগৰীৰ লগতে কিছু কিছু প্ৰান্তত বৰষুণ হোৱা দেখা যায়।

Post a Comment

0 Comments