ৰাজকোষৰ দুৱাৰ প্রধানমন্ত্রীয়ে উত্তৰ-পূবৰ বাবে মুকলি কৰি দিছেঃ হিমন্ত বিশ্ব শৰ্মা…


ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত।

সভাত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাষণত কয়-

‘ভাৰতীয় জনতা পাৰ্টি এটা ৰাজনৈতিক দলেয়ে নহয়’

‘বিজেপি দেশৰ জনগণৰ বাবে উৎসৰ্গিত এক ৰাজনৈতিক সত্ত্বা’

‘ভাৰতৰ সভ্যতা সংস্কৃতিয়ে নতুন গতি লাভ কৰিছে’

‘লুইতৰ পাৰত থিয় হৈ প্রধানমন্ত্রীৰ দীৰ্ঘায়ু কামনা কৰিছো’

‘ভাৰতবৰ্ষক বিশ্বগুৰু আসনত প্রতিষ্ঠা কৰক’

‘মোডীৰ নেতৃত্বত বিজেপিয়ে উন্নতিৰ শিখৰত অৱনীত হৈছে’

‘আমাৰ সমস্যা নিৰীক্ষণৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোডী আছে’

‘আমি নৰেন্দ্র মোডী হ’ব নোৱাৰো’

‘কিন্তু নৰেন্দ্র মোডীৰ আদৰ্শ, পদাংক অনুসৰণ কৰিব পাৰো’

‘বগীবিল, ধলাশদিয়াৰ ৰাস্তা হ’ল’

‘ৰাজকোষৰ দুৱাৰ প্রধানমন্ত্রীয়ে উত্তৰ-পূবৰ বাবে মুকলি কৰি দিছে’

‘এতিয়া অসমে আন্দোলন নকৰাকৈ উত্তৰ গুৱাহাটী সংযোগী দলং পাইছে’

‘আন্দোলন নকৰাকৈয়ে এইমছ হাস্পতাল পালে’

‘ছমাহৰ ভিতৰত এইমছ হাস্পতাল সম্পূৰ্ণ হ’ব’

‘আমাৰ ভাগ্য আমি পৰিৱৰ্তন কৰিব লাগিব’

‘ভাগ্য পৰিৱৰ্তনৰ বাবে মাত্র ৫টা বছৰ আছে’

‘এই ৫ টা বছৰ কাম কৰিব লাগিব’

‘মন্ত্রী বিধায়ক অহংকাৰী হ’ব নালাগিব’

‘গৃহমন্ত্রীৰ নেতৃত্বত বড়োভূমিত শান্তি আহিল’

‘ডিমাছা সকলৰ বাবেও শান্তি চুক্তি হোৱাৰ দিশে’

‘যি ৰাজ্যত গৰু বিহুৰ দিনা গৰু পূজা কৰো, সেই ৰাজ্যত গো-হত্যা হ’ব দিব নোৱাৰো’

‘নিৰ্দিষ্ট লক্ষ্য-উদ্দেশ্য আগত লৈ আমি আগবাঢ়িছো’

‘আমি সেই লক্ষ্যত উপনীত হ’মেই’

Post a Comment

0 Comments