Odd অসম ডেস্ক: ভয়ানক বুধবাৰ! নিমাতী ঘাটত ভয়ংকৰ নাও দুৰ্ঘটনা। এতিয়াও ব্ৰহ্মপুত্ৰৰ বুকুত চলি আছে ভয়ংকৰ নাও দুৰ্ঘটনাৰ উদ্ধাৰ অভিযান। ইতিমধ্যে এগৰাকী যুৱতীয়ে সাৱটি লৈছে কৰুণ মৃত্যু। পিছে কিদৰে সংঘটিত হৈছিল এই দুৰ্ঘটনাটো। এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে কৰিছে বৰ্ণনা... 'আভ্যন্তৰীণ জল পৰিবহণৰ মাৰ্ভেচেল মাজুলীৰ ফালৰ পৰা আহি ঘাত পাইছিল। সেইসময়তে যোৰহাটৰ ফালৰ পৰা মাজুলী অভিমুখে যাবলৈ সাজু হোৱা নাওখনত পেছেঞ্জাৰ লোড কৰি ৰখা হৈছিল। প্ৰায় ১৫ মিনিত বাকী আছিল। সেইসময়তে মাজুলীৰ ফালৰ পৰা আহি থকা নাওখন চাপিবলৈ ঠাই উলিয়াই দিবলৈ আগলৈ আগবাঢ়ি যাওতেই নাওখন আৰু মাৰ্ভে…
Social Plugin