জুবিনৰ কণ্ঠত KKৰ গীত! গীতেৰে প্ৰিয় বন্ধুলৈ শ্ৰদ্ধাঞ্জলি জনালে জুবিন গাৰ্গে


 অনুৰাগীক কন্দুৱাই চিৰদিনৰ বাবে বিদায় ল'লে জনপ্ৰিয় কণ্ঠশিল্পী KK-ই। কলকাতাত অনুষ্ঠান পৰিৱেশন কৰাৰ পিছতে কৰুণ মৃত্যুক সাৱটি লৈছিল জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে।

বলীউদৰৰ জনপ্ৰিয় কণ্ঠশিল্পী কে কেৰ আকস্মিক মৃত্যুৰ খবৰ লাভ কৰিয়েই শোকত ভাগি পৰিছিল জুবিন গাৰ্গ। লগতে কেকেৰ লগত একেলগে এটা গীত প্ৰস্তুতৰ পৰিকল্পনা কৰা বুলিও জনাইছিল জুবিন গাৰ্গে। কিন্তু সেয়া হৈ নুঠিল। আৰু এতিয়া জুবিন গাৰ্গে প্ৰিয় বন্ধু কেকেলৈ গীতেৰে জনাইছে শ্ৰদ্ধাঞ্জলি।

 

Post a Comment

0 Comments