অসমৰ বন্যাৰ্তলৈ বলীউডৰ তাৰকাৰ সাহায্য ! মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৫ লাখ টকা আগবঢ়ালে অৰ্জুন কাপুৰ আৰু ৰোহিত চেট্টিয়ে ...

 


অসমৰ বন্যাৰ্তলৈ বলীউডৰ তাৰকাৰ সাহায্য ! মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৫ লাখ টকা আগবঢ়ালে অৰ্জুন কাপুৰ আৰু ৰোহিত চেট্টিয়ে ...

অসমৰ বন্যাৰ্তলৈ বলীউডৰ তাৰকাৰ সাহায্য। টুইটযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছে এই কথা।

বলীউডৰ অভিনেতা অৰ্জুন কাপুৰ আৰু পৰিচালক ৰোহিত চেট্টিয়ে আগবঢ়ালে ৫ লাখ টকা। তেওঁলোকে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়ায় এই ধনৰাশি।

অৰ্জুন কাপুৰ আৰু ৰোহিত চেট্টি দুয়োগৰাকীকে এই সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Post a Comment

0 Comments