গুগল গ’ল্ডেন বাবা! বাপ্পি লাহিড়ীতকৈও বেছি সোণ এই ব্যক্তিৰ শৰীৰত!

 


সমগ্ৰ শৰীৰত চাৰি কিলোগ্ৰাম সোণ, ভৰিত ৰূপৰ জোতা।

প্ৰয়াত বাপ্পি লাহিড়ীতকৈও বেছি সোণ পিন্ধি এইজন ব্যক্তিয়ে। কোৰোণা মহামাৰীৰ সময়ত পৰিধান কৰিছিল সোণৰ মাস্ক।

বহুতেই তেওঁক কাণপুৰৰ বাপ্পি লাহিড়ী বুলি কয়। কিন্তু সাধাৰণ জনতাই তেওঁক গুগল গ’ল্ডেন বাবা বুলিয়ে চিনি পায়। চাৰি কিলোগ্ৰাম সোণ সকলো সময়তে থাকে তেওঁৰ শৰীৰত।

ভৰিত বেছিভাগ সময়ত থাকে ৰূপৰ জোতা। কাণপুৰৰ কাকাদেৱ মন্দিৰত থাকে তেওঁ।

 

Post a Comment

0 Comments