: 'মেছিতকৈ ৰোনাল্ডোক শ্ৰেষ্ঠ বুলি যিজনে কয় তেওঁ ফুটবলেই বুজি নাপায়'- এটা মন্তব্যই জোকাৰিছে ফুটবল বিশ্ব



Van Basten On Lio Messi: এজনটা কিংবদন্তিৰ এনে বিতৰ্কিত মন্তব্যই সমগ্ৰ বিশ্বতে চাঞ্চল্যৰ সৃষ্টি কৰিছিে।

পৰ্তুগালৰ তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো বা আৰ্জেণ্টিনাৰ তাৰকা লিয়নেল মেছি, কোন বিশ্ব ফুটবলৰ শ্ৰেষ্ঠ! এই সন্দৰ্ভত তৰ্ক-বিতৰ্কৰ অন্ত নাই। এই সন্দৰ্ভত দুয়োগৰাকী ছুপাৰষ্টাৰৰ অনুৰাগীয়ে তৰ্ক কৰিয়েই থাকে।

কিংবদন্তি ডাচ ফুটবলাৰ মাৰ্কো ভান বাষ্টেনে বিনাদ্বিধাই কয় যে মেছি যিকোনো দিশত ৰোনাল্ডোতকৈ বহু বেছি আগবাঢ়ি আছে।


এ চি মিলান আৰু আজেক্সৰ প্ৰাক্তন তাৰকা বাষ্টেনেও এক বিতৰ্কিত মন্তব্য কৰে। তেওঁ কয় যে যিসকলে ৰোনাল্ডোক মেছিতকৈ ভাল বুলি কয়, তেওঁলোকে প্ৰকৃততে ফুটবল বুজি নাপায়।

 

Post a Comment

0 Comments