পৃথিৱীৰ আটাইতকৈ সুস্বাদু খাদ্য খালেও ঘৰৰ এইবিধ খাদ্যলৈ লোভ থাকি যায় আলিয়া ভাট্টৰ, কি জানেনে?


 অনলাইন বা ৰেষ্টুৰেণ্টত অৰ্ডাৰ দিয়া খাদ্যৰ আমি যিমানেই সোৱাদ নলওঁ কিয়, ঘৰতে বনোৱা কিছুমান খাদ্য (Home Made Food)ৰ সোৱাদ আমাৰ বাবে মিঠা অমৃতৰ দৰে। আনকি চেলিব্ৰিটিসকলেও এই কথা অস্বীকাৰ কৰিব নোৱাৰে। নকইনা অভিনেত্ৰী আলিয়া ভাট্ট (Alia Bhatt)ৰ ক্ষেত্ৰটো একেই।

শেহতীয়াকৈ আলিয়া ভাটে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত আঙুলি চেলেকি খাব পৰা খাদ্য, ভাৰতীয় পাকঘৰত অত্যন্ত সাধাৰণভাৱে দেখা পোৱা দাইল-ভাত (Dal-Chawal)ৰ  প্ৰতি থকা তেওঁৰ প্ৰেম প্ৰকাশ কৰিছে:  আলিয়াই কি কৈছে চাওঁ আহক।

Post a Comment

0 Comments