উদ্ধৱ থাকৰেৰ সংগ এৰি আৰু এগৰাকী বিধায়ক গুৱাহাটীলৈ, যোগ দিলে বিদ্ৰোহী বিধায়কৰ শিবিৰত

Maharashtra crisis: Another Sena minister en route to Guwahati, may join  rebels | Mumbai news - Hindustan Times 

 মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ কেন্দ্ৰ হৈ পৰা গুৱাহাটীত উপস্থিত মহাৰাষ্ট্রৰ আন এগৰাকী মন্ত্রী। বিশেষ বিমানেৰে চুৰাটৰ পৰা বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় মন্ত্ৰীগৰাকী।

তেওঁ উদ্ধৱ থাকৰেৰ সহযোগী মন্ত্রী উদয় সামান্ত (minister Uday Samant)। উদয় সামান্তৰ লগত ৩ গৰাকী শিৱসেনাৰ নেতা ক্ৰমে প্ৰদীপ ধাৱাল, প্ৰসাদ কাৰাণ্ডে আৰু যোগেশ মহাঙ্গদেও উপস্থিত হয়।

বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে তেওঁলোকে হোটেল ৰেডিচন ব্লুলৈ ( Radisson Blu Hotel in Guwahati) আহে। বিসম্বাদী শিৱসেনা বিধায়কৰ নেতা একনাথ সিন্দেক হোটেলখনত লগ কৰে উদয় সামন্তই।

Post a Comment

0 Comments