এটা আমক লৈ লংকাত চাঞ্চল্য, আমটোৰ দাম প্ৰায় ৭০–৮০ হাজাৰ টকা!

 


বৰ্তমান আমৰ বতৰ। বতৰৰ ফলক আপুনি নিশ্চয় খাইছে।আপুনি নিশ্চয় অসমৰ থলুৱা প্ৰজাতিৰ আমৰ লগতে বহিঃৰাজ্যৰ পৰা আমো খাইছে। প্ৰতিকিলোত ৫০ টকাৰ পৰা ধৰি ৩০০ টকালৈকে বজাৰত আম পোৱা যায়। কিন্তু আপুনি অনুমান কৰিব পাৰিবনে এইবোৰ প্ৰজাতিৰ আমক বাদ দি উন্নত প্ৰজাতিৰ আমৰ দাম কিমান হব পাৰে?

আপুনি শুনি আচৰিত হব যে, এক উন্নত প্ৰজাতিৰ আমৰ মূল্য আন্তৰ্জাতিক বজাৰত আঢ়ৈ লক্ষাধিক টকা। এনে এটা আমৰ প্ৰজাতি হল ‘মিয়াজাকি মেংগ" (Miyazaki Mango)। জাপানত হোৱা এই আমবিধক Eggs of sun অথবা Dragons Egg বুলিও কোৱা হয়। জাপানৰ ‘মিয়াজাকি’ চহৰখনৰ নামেৰে নামকৰণ কৰা মিয়াজাকি আমবিধ অতি সুস্বাদু।

Post a Comment

0 Comments