কোৰোণাত আক্ৰান্ত বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান, কেটৰিনা কাইফো পজিটিভ


 শ্বাহৰুখ খান (Shah Rukh Khan)ৰ দেহত Covid-19 পজিটিভ ধৰা পৰিছে। এক সূত্ৰই CNN-News18ক নিশ্চিত কৰিছে এই তথ্য। বিগত কিছুদিনত কোৰোণা পজিটিভ পোৱা অভিনেতাসকলৰ ভিতৰত শেহতীয়া হিচাপে পৰিগণিত হৈছে শ্বাহৰুখ খান। যোৱা মাহত অক্ষয় কুমাৰৰ দেহত Covid পজিটিভ পোৱা গৈছিল আৰু শনিবাৰে কাৰ্তিক আৰিয়ান আৰু আদিত্য ৰায় কাপুৰৰ দেহত Covid-19 পজিটিভ পোৱাৰ খবৰে শিৰোনাম দখল কৰিছিল।

Post a Comment

0 Comments