চৰকাৰী কৰ্মচাৰীৰ বাবে ভালখবৰ! ১ জুলাইৰ পৰা বাঢ়িব পাৰে ৫ শতাংশ DA


 কেন্দ্ৰীয় চৰকাৰৰ লাখ লাখ কৰ্মচাৰীৰ বাবে ভাল খবৰ৷ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে দেশত বৰ্ধিত মূল্যবৃদ্ধিৰ পৰা কিছু সকাহ পাব পাৰে৷ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, চৰকাৰে ১ জুলাইৰ পৰা DA ৫ শতাংশ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে৷

২০২২ চনৰ মাৰ্চ মাহত এআইচিপিআই সূচক যথেষ্ট বৃদ্ধি পাইছে। যাৰ পৰা অনুমান কৰা হৈছে যে চৰকাৰে মহাৰ্ঘ ভাট্টা ৩ শতাংশৰ পৰিৱৰ্তে ৫ শতাংশ বৃদ্ধি কৰিব পাৰে। যদি এনে হয়, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডিএ ৩৪ শতাংশৰ পৰা ৩৯ শতাংশলৈ বৃদ্ধি হ'ব।

Post a Comment

0 Comments