পানীত নামি মুখ্যমন্ত্ৰীয়ে শিলচৰত বান পৰিস্থিতিৰ বুজ ল'লে, নাৱেৰে চালে কাছাৰৰ বান

 হেলিকপ্টাৰেৰে বান সমস্যা পৰ্যবেক্ষণ কৰাৰ পিছত আজি পানীত নামি শিলচৰ চহৰ (Silchar Town)ত দ্বিতীয়বাৰৰ বাবে বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই। বিগত প্ৰায় ১০ দিন ধৰি বানৰ তলত থকা শিলচৰ চহৰত একাঁঠু পানীত নামি বান পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীয়ে। শিলচৰ চহৰৰ হানত বুৰ গৈ থকা এলেকাসমূহত পানী ফালি খোজকাঢ়ি পৰিদৰ্শন কৰাৰ লগতে স্থানীয় বিভিন্নজনৰ সৈতে মত বিনিময় কৰে।


Post a Comment

0 Comments