কন্যাক হত্যাৰ গোচৰত জামিন পালে ইন্দ্ৰানী মুখাৰ্জীয়ে, ৭ বছৰ পিছত জামিন মঞ্জুৰ কৰিলে উচ্চতম ন্যায়ালয়ে

 


৭ বছৰ পিছত জামিন লাভ কৰিলে কন্যা শ্বীনা বৰা হত্যাৰ গোচৰত কাৰাবন্দী হৈ থকা ইন্দ্ৰাণী মুখাৰ্জীয়ে।

 ইন্দ্ৰানী মুখাৰ্জীৰ জামিন মঞ্জুৰ। শ্বীনা বৰা হত্যাৰ গোচৰত জামিন পালে ইন্দ্ৰাণীয়ে। উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে ইন্দ্ৰানীৰ। ৭ বছৰ পিছত জামিন লাভ কৰিলে কন্যা শ্বীনা বৰা হত্যাৰ গোচৰত কাৰাবন্দী হৈ থকা ইন্দ্ৰাণী মুখাৰ্জীয়ে। ২০১৫ চনত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ইন্দ্ৰাণীক।

Post a Comment

0 Comments