RR-RCB Qualifier 2 মেচৰ পূৰ্বে আকৌ চৰ্চাত ৰিয়ান পৰাগ আৰু হৰ্ষল পেটেলৰ তৰ্কযুদ্ধ!


 কোৱালিফায়াৰ ১ত গুজৰাট টাইটানছৰ হাতত পৰাজিত হোৱাৰ পিছত ৰাজস্থান ৰয়েলছে IPL২০২২ ট্ৰফীত বৰ্তী থাকিবলৈ আন এখন যুঁজ দিব লাগিব। ফাইনেলৰ প্ৰৱেশ কৰিবলৈ  সঞ্জু চেমছনৰ ৰাজস্থান ৰয়েলছে শুকুৰবাৰে কোৱালিফায়াৰ 2-ত এলিমিনেটৰ বিজয়ী তথা ফাফ ডু প্লেচিছৰ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ সৈতে মুখামুখী হ'ব।

কিন্তু ইয়াতে শেষ নহয়। আই পি এলৰ অনুৰাগীসকলে পাহৰি যোৱা নাই ৰিয়ান পৰাগ আৰু হৰ্ষল পেটেলৰ কাজিয়া। পিছে কিয় হৈছিল কাজিয়া?


ঠিক এমাহ পূৰ্বে, আৰচিবিৰ হৰ্ষল পেটেলে খেলৰ পিছত দুয়োটা দলৰ খেলুৱৈসকলৰ কাষ্টমাৰী মিটিঙত ৰাজস্থান ৰয়েলছৰ ৰিয়ান পৰাগৰ সৈতে হাত মিলাবলৈ অস্বীকাৰ কৰিছিল।

Post a Comment

0 Comments