আকৌ বাঢ়িব নেকি পেট্ৰ’ল–ডিজেলৰ দাম? ১১৪ ডলাৰলৈ বৃদ্ধি খাৰুৱা তেলৰ দাম


 গ্ল’বেল মাৰ্কেটত কেঁচা তেলৰ দম ১১৪ ডলাৰ প্ৰতি বেৰেল হৈছেগৈ। ইয়াৰ মাজতে চৰকাৰী তেল কোম্পানীসমূহে মঙলবাৰে পেট্ৰ’ল–ডিজেলৰ দৰ জাৰি কৰিছে। বজাৰ বিশ্লেষকৰ মতে, অপৰিশোধিত তেলৰ দাম বাঢ়ি থাকিলে পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধি পাব পাৰে।

তেল কোম্পানীসমূহে দেওবাৰে চিএনজিৰ দাম বৃদ্ধি কৰিছিল, কিন্তু পেট্ৰ’ল–ডিজেলৰ দাম প্ৰায় ৪১ দিন ধৰি স্থিৰ হৈ আছে। ইয়াৰ পূৰ্বে মাৰ্চ–এপ্ৰিলত পেট্ৰ’ল–ডিজেলৰ দাম ১০.২০ টকা প্ৰতিলিটাৰত বৃদ্ধি হৈছিল। অন্তিমবাৰ ৬ এপ্ৰিলত পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধি কৰিছিল।

কেইখনমান মহানগৰত পেট্ৰ’ল–ডিজেলৰ দাম

– দিল্লীত পেট্ৰ’ল ১০৫.৪১ টকা আৰু ডিজেল ৯৬.৬৭ টকা প্ৰতিলিটাৰত।

Post a Comment

0 Comments