কেৱল অক্ষয় কুমাৰৰ ‘সম্ৰাট পৃথ্বীৰাজ’ খনেই নহয়, এই তাৰকাসকলৰ ছবিৰ নামো সলনি কৰিব লগা হ’ল

 


অক্ষয় কুমাৰ (Akshay Kumar)ৰ ছবি ‘পৃথ্বীৰাজ’ৰ নাম সলনি কৰি ‘সম্ৰাট পৃথ্বীৰাজ’ (Samrat Prithviraj) কৰা হয়। ইয়াৰ আগতেও জনসাধাৰণৰ অনুভৱ আৰু তথ্যৰ কথা মনত ৰাখি ছবিৰ নাম সলনি কৰিব লগা হৈছিল।

অক্ষয় কুমাৰ (Akshay Kumar)ৰ ছবি ‘পৃথ্বীৰাজ’ৰ নাম সলনি কৰি ‘সম্ৰাট পৃথ্বীৰাজ’ (Samrat Prithviraj) কৰা হয়। ইয়াৰ আগতেও জনসাধাৰণৰ অনুভৱ আৰু তথ্যৰ কথা মনত ৰাখি ছবিৰ নাম সলনি কৰিব লগা হৈছিল।

 পৃথ্বীৰাজঃ ছবিখনৰ নাম এতিয়া সলনি কৰি ‘সম্ৰাট পৃথ্বীৰাজ’ কৰা হৈছে। কৰ্ণী সেনাৰ হেঁচাত এই কাম কৰিছে নিৰ্মাতাসকলে। ছবিখনৰ নামক লৈ আপত্তি কৰিছিল কৰ্ণী সেনাই। ৩ জুনত ছবিগৃহত মুক্তি পাব ছবিখন।

পদ্মাৱতঃ ৰণবীৰ সিং অভিনীত ছবিখনৰ প্ৰথম নাম আছিল ‘পদ্মাৱতী’, প্ৰতিবাদৰ পিছত নাম সলনি কৰিবলগীয়া হৈছিল।

সত্যনাৰায়ণ কি কথা: এই ছবিখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে কাৰ্তিক আৰিয়ানে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ৰাইজৰ সংবেদনশীলতাক মনত ৰাখি নিৰ্মাতাসকলে ছবিখনৰ নাম সলনি কৰাৰ সিদ্ধান্ত লৈছে। ছবিখনৰ নতুন নাম এতিয়াও প্ৰকাশ কৰা হোৱা নাই। 

Post a Comment

0 Comments