'বডি শ্বেমিঙ'ৰ চিকাৰ হৈছে বলীউদৰ এইসকল তাৰকা অভিনেত্ৰী! দীঘলীয়া তালিকাত কোন কোন?

তেওঁলোকে সমাজৰ সেই দৃষ্টিভংগীৰ প্ৰতি বুঢ়া আঙুলি দেখুৱাই আজি নিজৰ নিজৰ পৰিচয় বুটলিবলৈ সক্ষম হৈছে।

কৰীণা কাপুৰ খান, মালাইকা অৰোৰা, মৃণাল ঠাকুৰ, তাৰা সুতাৰিয়া, সোনাক্ষী সিনহা, ৰিচা চাধা, দীপিকা পাডুকন, ঐশ্বৰ্য ৰায় বচ্চন, নেহা ধুপিয়া, বিদ্যা বালান, ইলিয়ানা ডিক্ৰুজ আদি ৰ দৰে অভিনেত্ৰী আছে যিসকল বডী শ্বেমিঙৰ চিকাৰ হৈছে। তেওঁলোকে সমাজৰ সেই দৃষ্টিভংগীৰ প্ৰতি বুঢ়া আঙুলি দেখুৱাই আজি নিজৰ নিজৰ পৰিচয় বুটলিবলৈ সক্ষম হৈছে।

বিশ্ব সৌন্দৰ্য ঐশ্বৰ্য ৰায় বচ্চনে আৰাধ্যাক জন্ম দিয়াৰ পিছত বডী শ্বেমিংৰ সন্মুখীন হ'ব লগা হৈছিল। কান চলচ্চিত্ৰ মহোৎসৱৰ সময়ত তেওঁ বডী শ্বেমিংৰ চিকাৰ হ'ব লগা হৈছিল।

ক্ষীণ বা মেদবহুল, প্ৰতিজন ব্যক্তি বডী শ্বেমিংৰ ভুক্তভোগী হ'ব পাৰে। এইটো কেৱল এইটো নহয় যে আপুনি শকত হ'লে বডী শ্বেমিংৰ সন্মুখীন হয়। এনে বহুতো লোক আছে যিক্ষীণ হোৱাৰ বাবে বডী শ্বেমিংৰ সন্মুখীন হৈছে, সেই তালিকাত দীপিকা পাডুকন অন্তৰ্ভুক্ত আছে।

Post a Comment

0 Comments