এপ্ৰিল মাহৰ এইসমূহ ঘটনাৱলীৰ বিষয়ে জানেনে? বিশেষকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়াসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ

 


এপ্ৰিল পাৰ হৈ মে' মাহত সোমাল। পিছে এপ্ৰিল মাহত এনে কিছুমান ঘটনা ঘটিল যিবোৰ জনাতো আমাৰ সকলোৰে বাবেই অতি গুৰুত্বপূৰ্ণ। বিশেষকৈ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হম বুলি ভাবি থকা প্ৰাৰ্থীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ আমাৰ এই প্ৰতিবেদন।

নিযুক্তিঃ(বিভিন্ন দেশৰ প্ৰধানমন্ত্ৰী)


  • ১.শ্লোভেনিয়াৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে ৰবাৰ্ট গোলোবে।

  • ২. পশ্চিম আফ্ৰিকাৰ দেশ 'Ivory Coast'-ৰ নতুন প্ৰধানমন্ত্ৰীৰ দায়িত্ব লয় পেট্ৰিক আচিয়ে।

  • ৩. ভিক্টৰ অৰ্বানে হাংগেৰীৰ নতুন প্ৰধানমন্ত্ৰীৰ দায়িত্বগ্ৰহণ কৰে।

  • ৪. চাৰ্বিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে Aleksandar Vucic-এ।


আন আন নিযুক্তিঃ

  • ১. শেহতীয়াকৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে DCB বেংকৰ MD, CEOৰ দায়িত্বত থকা মুৰুলী নটৰাজনৰ কাৰ্যকাল পৰৱৰ্তী দুবছৰৰ বাবে বৃদ্ধি কৰে।

  • ২. দেশৰ পৰৱৰ্তী Principal Scientific Advisor হিচাপে অজয় কুমাৰ চোডক নিযুক্তি দিয়া হয়।

  • ৩. লেফটেনেণ্ট জেনেৰেল মনুজ পাণ্ডেক চীফ অব আৰ্মী ষ্টাফ হিচাপে নিযুক্তি দিয়া হয়।

  • ৪. DG of Geological Survey of India হিচাপে ড০ এছ ৰাজুক নিযুক্তি দিয়া হয়।


ৰাষ্ট্ৰীয় খবৰঃ

  • ২০২১ৰ ট্ৰি চিটি অৱ দ্যা য়েৰৰ স্বীকৃতি লাভ কৰিছে মুম্বাই আৰু হায়দৰাবাদে।

  • দেশত হ্ৰাস পাইছে নিবনুৱাৰ হাৰ। বৰ্তমান দেশত নিবনুৱাৰ হাৰ ৭.৬ শতাংশ।

  • এপ্ৰিল মাহত HDFC Bank আৰু HDFC LTDক একেলগ কৰাৰ কথা ঘোষণা কৰা হয়।


আন্তঃৰাষ্ট্ৰীয় খবৰঃ

  • World Biggest Electric Cruise Ship চীনত নিৰ্মাণ কৰা হয়। নাম দিয়া হৈছে- Yangtze River Three Gorges1

  • মেক্সিকোৰ Guadalajaraক ২০২২ৰ আন্তঃৰাষ্টীয় ৱৰ্ল্ড বুক কেপিটেল হিচাপে নামাকৰণ কৰা হয়।

  • ইৰাণে বিশ্বৰ ভিতৰতে প্ৰথমবাৰলৈ এনাৰ্জী বেচড ৱেচন চিষ্টেম ডেভেলপ কৰিছে। নাম দিয়া হৈছে IRON Beam.

  • শেহতীয়াকৈ ৰাছিয়াই RS-28 SARMATৰ পৰীক্ষণ সম্পন্ন কৰে। এই মিছাইল হৈছে- Worlds most powerful Nuclear-Capable ICBM.

  • Ecuador বিশ্বৰ প্ৰথমখন দেশ যত বন্য জীৱ-জন্তুৰ সুৰক্ষাৰ বাবে লিগেল ৰাইট প্ৰদান কৰা হৈছে। এইখন দেশ দক্ষিণ আমেৰিকাৰ দেশ।

  • এলন মাক্সে টুইটাৰ ক্ৰয় কৰে।


গুৰুত্বপূৰ্ণ দিনঃ

  • ১৮ এপ্ৰিলঃ ৱৰ্ল্ড হেৰিটেজ দ্যে।

  • এপ্ৰিলৰ শেষৰ সপ্তাহক ৱৰ্ল্ড ইমুনাইজ্যেশ্যন উইক হিচাপে পালন কৰা হয়। থিম আছিল- লংগ লাইফ ফৰ অল।

  • ২৫ এপ্ৰিল বিশ্ব মেলেৰীয়া দিৱস। Theme- Harness innovation to reduce the malaria disease burden and save lives.

  • ২৪ এপ্ৰিলঃ ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস।

  • ২২ এপ্ৰিল- ৱৰ্ল্ড আৰ্থ দ্যে। থিম আছিলঃ ইনভেষ্ট ইন আৱাৰ প্লেনেট।

  • ২৩ এপ্ৰিলত ভাৰতবৰ্ষত Saichen Day পালন কৰা হয়। অপাৰেশ্যন মেঘদূতৰ সফলতাৰ বাবে এই দিনটো পালন কৰা হয়।

 

Post a Comment

0 Comments