চিগাৰেট আৰু চাহ একেলগে খায় নেকি? নজনাকৈ ভয়ংকৰ ৰোগ মাতি আনিছে আপুনি!

 


অধিকসংখ্যক মানুহেই হাতত গৰম চাহ লৈ ওঁঠত চিগাৰেট তুলি লয় জ্বলন্ত চিগাৰেট। কিন্তু গৱেষণাই কৈছে, এই ধৰণৰ অভ্যাসে বৃদ্ধি কৰিব পাৰে কেঞ্চাৰৰ সম্ভাৱনা!

ধূমপান স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক, এই কথা সকলোৱে জানে! ইয়াৰ ক্ষতিকাৰক প্ৰভাৱৰ কথা প্ৰচাৰো হয় নানা ধৰণে। আনকি চিগাৰেটৰ পেকেটতো বিধিবদ্ধ সতৰ্কীকৰণ ছপা থাকে। কিন্তু ৩১ মে’, প্ৰতি বছৰে বিশ্ব ধঁপাত বৰ্জন দিৱস (World No Tobacco Day) পালন কৰা হয়। কিন্তু তাৰ পিছতো কোনো পৰিৱৰ্তন অহা নাই। অধিকসংখ্যক মানুহেই হাতত গৰম চাহ লৈ ওঁঠত চিগাৰেট তুলি লয় জ্বলন্ত চিগাৰেট। কিন্তু গৱেষণাই কৈছে, এই ধৰণৰ অভ্যাসে বৃদ্ধি কৰিব পাৰে কেঞ্চাৰৰ সম্ভাৱনা!

 

Post a Comment

0 Comments