প্ৰধানমন্ত্ৰী মোদী এগৰাকী মহান শ্ৰোতা, প্ৰেৰণাৰ প্ৰতীক! News18ক ক'লে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে

 


কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু পঞ্চায়তিৰাজ মন্ত্ৰী গিৰিৰাজ সিঙৰ মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবাটোকৈ প্ৰেৰণাদায়ক বৈশিষ্ট্য হৈছে যে, তেওঁ এগৰাকী মহান শ্ৰোতা। জনসাধাৰণৰ সমস্যা বুজি উদাহৰণসহ তেওঁ কাম কৰিব পাৰে।

"মই তেওঁৰ ওচৰলৈ যেতিয়া ৰাজ্যিক মন্ত্ৰী হিচাপে বা কেবিনেট মন্ত্ৰী হিচাপে যাওঁ, মই এনে কোনো ধাৰণা আলোচনা কৰো যিয়ে জনতাৰ জীৱনৰ মান উন্নত কৰিব পাৰে বুলি তেওঁ ভাবে, তেন্তে তেওঁ কথাখিনি অতি গুৰুত্ব সহকাৰে শুনে আৰু আলোচনা কৰে। আৰু সকলো দিশ চালিজাৰি চাই কাৰ্যকৰী কৰে। এইটো তেওঁৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য যিয়ে মোক বহুত অনুপ্ৰাণিত কৰিছে।" কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে News18.comত এনেদৰে কয়।

Post a Comment

0 Comments