বাম্পাৰ খবৰ ! অপেক্ষাৰ দিন শেষ, কৃষকৰ একাউণ্টত পোনপটীয়াকৈ ২ হাজাৰ টকা আহি আছে ...


 প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ একাদশ কিস্তিৰ বাবে বহুতো কৃষকে সমগ্ৰ দেশতে ২,০০০ টকাৰ অপেক্ষাত আছে।

সমগ্ৰ দেশৰ ১২.৫ কোটি কৃষকে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ অধীনত নাম পঞ্জীয়ন কৰিছে।

কেন্দ্ৰীয় চৰকাৰে একাদশ কিস্তিৰ বাবে ই-কেৱাইচি বাধ্যতামূলক কৰিছে৷ ইয়াৰ পূৰ্বে, ই-কেৱাইচিৰ অন্তিম দিনটো আছিল ৩১ মাৰ্চ আৰু ইয়াক ৩১ মে', ২০২২ লৈ বৃদ্ধি কৰা হৈছে৷

জানিব পৰা গৈছে যে পি এছ কিষাণ সন্মান নিধি যোজনাৰ ১১ তম কিস্তি ১ এপ্ৰিলৰ পৰা ৩১ জুলাইৰ ভিতৰত আবেদনকাৰীসকলৰ একাউণ্টলৈ স্থানান্তৰ কৰা হ'ব।

Post a Comment

0 Comments