Cannes film festival 2022'ত অংশ ল’বলৈ অভিষেক বচ্ছন আৰু আৰাধ্যাৰ সৈতে ফ্ৰান্সলৈ ৰাওনা ঐশ্বৰ্য ৰায়

 


উল্লেখযোগ্য যে ঐশ্বৰ্যই স্বামী অভিষেক আৰু কন্যা আৰাধ্যাৰ সৈতে কান্স ছবি মহোৎসৱত অংশগ্ৰহণ কৰা এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও কেইবাবাৰো ৰেড কাৰ্পেটত খোজ দিছে। 

Cannes film festival 2022ত অংশ ল’বলৈ বলীউদৰ অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্ছন তেওঁৰ স্বামী অভিষেক বচ্ছন আৰু কন্যা আৰাধ্যাৰ সৈতে ৰাওনা হ’ল ফ্ৰান্সলৈ। মুম্বাই এয়াৰপ’ৰ্টত দেখা গ’ল ঐশ্বৰ্য আৰু অভিষেকক।

মুম্বাই এয়াৰপ’ৰ্ট সুন্দৰ পোছাকত দেখা গ’ল ঐশ্বৰ্য ৰায় বচ্ছনক।

ঐশ্বৰ্যৰ সৈতে কন্যা আৰাধ্যাক দেখা গ’ল গুলপীয়া পোছাকত। স্বামী অভিষেকক ডেনিম পেণ্টৰ সৈতে নীলা পোছাকত। 

Post a Comment

0 Comments