কেমেৰাৰ কথা নাভাবি ওলাই আহিয়েই আলিয়াক কোলাত তুলি ল'লে ৰণবীৰে ! চাওক ছবি ...


 তেওঁ কেৱল ৰণবীৰ কাপুৰ নহয়, তেওঁ এজন প্ৰেমিক পৰিছে আলিয়াৰ প্ৰেমত৷ তেওঁ কেমেৰাৰ কথা নাভাবি ওলাই আহি আলিয়াক কোলাত তুলি লৈছিল৷ তেওঁলোক দুয়োৰে মুখত শান্তিৰ হাঁহি৷

অপেক্ষাৰ অন্ত পৰিল৷ আলিয়া ভাট আৰু ৰণবীৰ কাপুৰ বিবাহ পাশত আবদ্ধ হৈ মুকলি স্থানলৈ ওলাই আহিছে৷ ৰণবীৰ-আলিয়াৰ বিবাহৰ পোছাকত নৱদম্পতীৰ পৰা কোনেও চকু আতৰ কৰা নাছিল৷ সমগ্ৰ বলীউডে শুভকামনা জনাইছে৷ আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ বিয়া বৰ্তমানৰ বাবে দেশৰ মনোৰঞ্জন উদ্যোগৰ আটাইতকৈ ডাঙৰ খবৰ৷ ব্ৰহ্মাস্ত্ৰৰ সহ-অভিনেতা ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে প্ৰায় পাঁচ বছৰৰ ডেটিঙৰ পিছত বৃহস্পতিবাৰে বিবাহপাশত আৱদ্ধ হৈছিল! কেৱল বলীউডেই নহয়, সমগ্ৰ দেশে এই বিয়াখন চাই আছিল।

Post a Comment

0 Comments