আধাৰ-পেন লিংক কৰাৰ অন্তিম সময়সীমা উকলিল! বিকল হৈ পৰিব নেকি আপোনাৰ পেন কাৰ্ড?এতিয়া বিকল্প হিচাপে আছে এটাই ৰাস্তা

 পেন-আধাৰ লিংকিং: যোৱা মাহত পেন-আধাৰ সংযোগ কৰাৰ অন্তিম তাৰিখ ইতিমধ্যে পাৰ হৈ গৈছে। আৰু যিসকলে এতিয়াও আধাৰৰ সৈতে পেন কাৰ্ড লিংক কৰা নাই সেইসকল সন্মুখীন হ'ব লাগিব জৰিমনাৰ। লগতে আন কিছুমান পৰিণাম ভুগি
ব লাগিব।

অৱশ্যে, ইয়াৰ অৰ্থ এইটো নহয় যে আপোনাৰ পেনকাৰ্ড ভেলিড হৈ নাথাকিব। কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদ, বা চিবিডিটিয়ে শেহতীয়া বিজ্ঞপ্তিত এই কথা উল্লেখ কৰিছে। আয়কৰ সম্পৰ্কীয় নিয়ম নিৰ্ধাৰণ কৰা বোৰ্ডে কৈছে যে, যিসকলে আধাৰ-পেন সংযোগ কৰা নাই তেওঁলোকে অহা বছৰলৈকে ১ হাজাৰ টকা পৰ্যন্ত জৰিমনা ভৰি এই কাম কৰিব পাৰিব।

Post a Comment

0 Comments