এই ছবিখনত অকল ভেকুলীয়েই নাই, আছে আন এটা জন্তু, যদি চিনি পাইছে তেন্তে আপুনি নজনাকৈ এনে সামৰ্থ্যৰ অধিকাৰী

 


অপ্টিকেল ইলিউচন (Optical Illusion) হৈছে এনে দৰ্শন ইন্দ্ৰিয়ৰ দ্বাৰা সৃষ্ট হোৱা এক ভ্ৰম আৰু ইয়াৰ চাক্ষুষ ধাৰণা বাস্তৱতকৈ পৃথক যেন লাগে। প্ৰতিগৰাকী ব্যক্তিৰ দৃষ্টি-ভাবনা বিভিন্ন ধৰণ হ'লেও দৃষ্টিভ্ৰমৰ কবলত সকলোৱে পৰে। কিন্তু বেছিভাগ ক্ষেত্ৰতে এনে দৃষ্টিভ্ৰমৰ অন্তৰ্নিহিত কাৰণ স্পষ্ট নহয়।

এই দৃশ্যমান ভ্ৰমৰ পৰা সঠিক উত্তৰ বিচাৰি উলিওৱাৰ বাবে আপোনালৈ আগবঢ়োৱা হৈছে এনে এখন ছবি। এই ছবিখনত আপুনি এটা ভেকুলী দেখিব। কিন্তু ইয়াৰ মাজতে এটা ঘোঁৰা লুকাই আছে। অপ্টিকেল ইলিউচনৰ এই ছবিখনত কিন্তু ঘোঁৰাটো বিচাৰি পোৱা বহুত কঠিন। এই ছবিখনত সঁচাকৈয়ে এটা ঘোঁৰা আছে। কিন্তু আপুনি দেখা নাই। উত্তৰ পাবলৈ আপুনি ছবিখন অলপ ঘূৰি চাব পাৰে।

Post a Comment

0 Comments