গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীৰ জামিন মঞ্জুৰ, বৰপেটাৰ সত্ৰ ন্যায়াধীশ আদালতে দিলে জামিন
-
April 29, 2022
জিগনেশ মেৱানীক ১ হাজাৰ টকাৰ পি আৰ ব'ণ্ডত জামিন মঞ্জুৰ কৰে আদালতে ৷
- গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীৰ জামিন মঞ্জুৰ।
- বৰপেটাৰ সত্ৰ ন্যায়াধীশ আদালতে কৰিলে জামিন মঞ্জুৰ ৷
- বুধবাৰে জিগনেশ মেৱানীৰ জামিনৰ বাবে জনোৱা হৈছিল আবেদন ৷
- বৃহস্পতিবাৰে জিগনেশ মেৱানীৰ জামিনৰ শুনানী অনুষ্ঠিত হৈছিল যদিও ৰায়দান স্থগিত ৰাখি আৰক্ষীৰ পৰা কেচ ডায়েৰী বিচাৰিছিল আদালতে ৷
- অৱশেষত আজি বৰপেটাৰ সত্ৰ ন্যায়াধীশৰ আদালতে জিগনেশ মেৱানীৰ জামিন মঞ্জুৰ কৰে ৷
-
0 Comments