বলীউডৰ দুটা হাইপ্ৰফাইল পৰিয়ালৰ আটাইতকৈ লো-প্ৰফাইল বিবাহ, ইয়াৰ আঁৰৰ কাৰণ কি?

 


বলীউডৰ দুই বিখ্যাত তাৰকা ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে বিবাহপাশত আবদ্ধ হৈছে। বিবাহ সম্পন্ন হোৱাৰ পিছত আলিয়াই দুয়োৰে বিবাহৰ ফটো শ্বেয়াৰ কৰে। বিবাহৰ ৰীতি-নীতি পালি হিলত থকা ৰণবীৰ কাপুৰৰ বাস্তু এপাৰ্টমেণ্টত হৈছিল। আনহাতে দুয়োৰে পৰিয়াল কাপুৰ আৰু ভাট পৰিয়াল বলীউডৰ দুই হাইপ্ৰফাইল আৰু পুৰণি পৰিয়াল।

কিন্তু গুৰুত্বপূৰ্ণভাৱে সকলোৰে দৃষ্টিত পৰা বিশেষ কথাটো হ'ল দুয়োটা হাইপ্ৰফাইল পৰিয়ালৰ সন্তানে অতি লো-প্ৰফাইল কাৰুকাৰ্যৰে বিবাহ পাশত আবদ্ধ হৈছে। ইয়াৰ আঁৰত এটা ডাঙৰ কাৰণ আছে। ইয়াৰ লগতে, ৰণবীৰ-আলিয়াৰ এই বিয়ালৈ (Ranbir Kapoor And Alia Bhatt Wedding) বলীউডৰ বহুতো তাৰকাকো নিমন্ত্ৰণ কৰা হোৱা নাছিল। বিয়াখনত পৰিয়ালৰ সদস্য আৰু দম্পতীটোৰ ঘনিষ্ঠ বন্ধু উপস্থিত আছে।

Post a Comment

0 Comments