বিহুৰ বতৰত পাপন-শ্ৰেয়া ঘোষালৰ বিশেষ উপহাৰ! শুনিলেনে 'কৈ নিদিয়া কিয়' Video


 ৰঙালী বিহুৰ বতৰত জনপ্ৰিয় কণ্ঠশিল্পী পাপন আৰু বলীউদৰ জনপ্ৰিয় গায়িকা শ্ৰেয়া ঘোষালে অসমবাসীক উপহাৰ দিছে এটি সুমধুৰ গীত। মঙলবাৰে মুক্তি লাভ কৰা গীতটোৱে দৰ্শকৰ পৰাও ব্যাপক সঁহাৰি লাভ কৰা দেখিবলৈ পোৱা গৈছে।

বড়ো, তিৱা আৰু অসমীয়া ভাষাত 'কৈ নিদিয়া কিয়' শীৰ্ষক গীতটো কথা আৰু সংগীত কেশৱ নয়নৰ।

জনপ্ৰিয় সংগীত শিল্পী পাপনে দীৰ্ঘ বিৰতিৰ মূৰত এটি অসমীয়া গীত ৰাইজক উপহাৰ হিচাপে দিছে। গীতটোত শ্ৰেয়া ঘোষালৰ কণ্ঠইয়ো মোহিছে দৰ্শকক।

Post a Comment

0 Comments