১৮২ জন ভাৰতীয় পুনৰ ঘৰলৈ উভতি আহিছে, ভাৰতীয়সকলক কঢ়িয়াই অনা সপ্তমখন বিমান মুম্বাইত উপস্থিত হয় ...

 


ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক (Indians in Ukraine) কঢ়িয়াই নিয়া এয়াৰ ইণ্ডিয়াৰ এখন বিমান মুম্বাইলৈ উভতি আহিছে৷ ৰোমানিয়াৰ (Romania) পৰা ১৮২ জন যাত্ৰীৰ সৈতে বিশেষ বিমানখন ভাৰতত আহি উপস্থিত হৈছে ৷ এয়া হৈছে ইউক্ৰেইনৰ পৰা ভাৰতীয়সকলক উদ্ধাৰ কৰি কঢ়িয়াই অনা সপ্তমখন বিমান।

ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক (Indians in Ukraine) কঢ়িয়াই নিয়া এয়াৰ ইণ্ডিয়াৰ এখন বিমান মুম্বাইলৈ উভতি আহিছে৷ ৰোমানিয়াৰ (Romania) পৰা ১৮২ জন যাত্ৰীৰ সৈতে বিশেষ বিমানখন ভাৰতত আহি উপস্থিত হৈছে ৷

 

Post a Comment

0 Comments