আজিৰ দিনটোত সাৱধান হওক এই ৰাশিৰ জাতক–জাতিকাই? চাওক আজিৰ দিনটোৰ ৰাশিফল

 


আপোনাৰ আজিৰ দিনটো কেনে যাব? কোন ৰাশিৰ জাতক–জাতিকাৰ কি ফল আছে আজিৰ দিনটোত? কোন ৰাশিৰ বাবে আজি আহিব পাৰে শুভ সংবাদ? এই সকলোবোৰ জানিবলৈ দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আজিৰ ৰাশিফল।

মেষ : আপুনি আজি আলৌকিক শক্তিৰ দ্বাৰা প্ৰভাৱিত হ’ব পাৰে। সিদ্ধি বিনায়কক স্মৰণ কৰক। আজিৰ দিনটোক আনক ধন ধাৰলৈ নিদিব। শুভ সংখ্যা ৮।
বৃষ : সমস্যাৰ সমাধানৰ বাবে সংযমী হওক। আনৰ আৱেগক শ্ৰদ্ধা কৰক। শুভ সংখ্যা ৬।
মিথুন : সুনাম লাভৰ যোগ। মাতৃক স্মৰণ কৰক। ব্যাৱসায়ত মন দিয়ক। শুভ সংখ্যা ৪।
কৰ্কট : অন্ধবিশ্বাসৰ পৰা আঁতৰি থকা ভাল। আজিৰ দিনটোত আনৰ প্ৰিয়ভাজন হ’ব পাৰিব। শুভ সংখ্যা ২।
সিংহ : নিজৰ দক্ষতাৰে আনক পৰাজিত কৰিব পাৰিব। ধৈৰ্য, নিষ্ঠা, সাহস ৰাখক মনত। শুভ সংখ্যা ৫।
কন্যা : প্ৰতিৱেশীক লৈ চিন্তা। ব্যাৱসায়ত উন্নতি। শুভ সংখ্যা ৪।
তুলা : ৰাজনীতিত বিসম্বাদ এৰাই চলক। নিষ্ঠাৰে কাম কৰিলে সুফল লাভৰ যোগ। প্ৰেমত শংকা। শুভ সংখ্যা ২।
বৃশ্চিক : দক্ষতা বিকাশৰ যোগ। পুৰণি ৰোগত কষ্ট পাব পাৰে। শুভ ৰং ৰঙা।
ধনু : আনৰ পৰা জ্ঞান লাভ। ৰক্তচাপ, মধুমেহ, বৃক্ক ৰোগত ভুগিব পাৰে। শুভ সংখ্যা ৪।
মকৰ : বন্ধুৰ আগমণ। শৈশৱৰ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰিব। শুভ সংখ্যা ২।
কুম্ভ : কৰ্ম সচেতনতা বৃদ্ধি পাব। যাকে-তাকে সংগ নিদিব। সৰলতা, উদাৰতা প্ৰকাশ পাব। শুভ সংখ্যা ৮।
মীন : মনৰ অহংকাৰ কমাওক। আলহীৰ আগমণ। গোপন তথ্য অনুসন্ধানত কৃতকাৰ্যতা লাভ কৰিব। শুভ সংখ্যা ৪।

Post a Comment

0 Comments