কপিল শৰ্মা শ্ব'ত ডোলা ৰে ডোলা, মাধুৰীৰ ষ্টেপ দিবলৈ গৈ ভয়ংকৰ অৱস্থা এইজনৰ! চাওক... বহুদিনৰ পিছত পৰ্দাত একেলগে যুটি বান্ধিছে মাধুৰী আৰু সঞ্জয় কাপুৰে।


বহুদিনৰ পিছত স্ক্ৰিণলৈ ঘূৰি আহিছে মাধুৰী দীক্ষিত। দ্যা ফেম গেম নামৰ এখন ৱেব চিৰিজৰ নায়িকা। সেই চিৰিজৰ প্ৰচাৰৰ বাবে দ্যা কপিল শৰ্মা শ্বলৈ গৈছিল মাধুৰী আৰু চিৰিজৰ অন্য অভিনেতাসকল। আৰু সেই ঠাইতে মাধুৰীয়য়ে বিখ্যাত ডোলা ৰে ডোলা গীতত নৃত্য কৰি সকলোৰে দৃষ্টি আকৰ্ষণা কৰে।অনুষ্ঠানত উপস্থিত আছিল সঞ্জয় কাপুৰো।

কপিল শৰ্মাৰ সৈতে নাচৰ ষ্টেপ কৰিলে মাধুৰীয়ে, ডোলা ৰে ডোলা গীতত মাধুৰীৰ সৈতে নৃত্য কৰিলে কিকু শাৰদা, কৃষ্ণা অভিষেকেও। মাধুৰীৰ নাচ নাচিবলৈ গৈ যেন একেবাৰে ভাবিব নোৱাৰা অৱস্থা সকলোৰে! তথাপিও চেষ্টা এৰি নিদিলে কোনেও।মাধুৰীৰ সৈতে ফেনবয় মুহূৰ্ত কপিল শৰ্মাৰ।বহুদিনৰ পিছত পৰ্দাত একেলগে যুটি বান্ধিছে মাধুৰী আৰু সঞ্জয় কাপুৰে।ৰহস্য ৰোমাঞ্চ চিৰিজ হ'বলৈ গৈ আছে দ্যা ফেম গেম।

Post a Comment

0 Comments