শীতকালত ভাতৃ আৰু বন্ধুবৰ্গৰ সৈতে Saraৰ অৱসৰ বিনোদন ! চাওক অভিনেত্ৰীগৰাকীৰ শেহতীয়া ফটোসমূহ

 


ইন্দোৰত বিকি কৌশলৰ সৈতে ছবিত কাম কৰাৰ পিছত চাৰা আলী খান বন্ধৰ মেজাজত ।

চাৰাই তাইৰ ভায়েক ইব্ৰাহিম আলী খান আৰু বন্ধুবৰ্গৰ সৈতে কাশ্মীৰ ভ্ৰমণ কৰিছে আৰু নিজকে উপভোগ কৰি আছে।কাশ্মীৰ হৈছে চাৰাৰ প্ৰিয় ঠাই! পূৰ্বৰ কাশ্মীৰ ভ্ৰমণত, চাৰাৰ সৈতে তেওঁৰ মাতৃ অমৃতা সিং আৰু ভায়েক ইব্ৰাহিম আছিল।কাশ্মীৰ হৈছে চাৰাৰ প্ৰিয় ঠাই! পূৰ্বৰ কাশ্মীৰ ভ্ৰমণত, চাৰাৰ সৈতে তেওঁৰ মাতৃ অমৃতা সিং আৰু ভায়েক ইব্ৰাহিম আছিল।পাইন অৰণ্য, বগা বৰফৰ মাজত বন্ধু ভায়েকৰ সৈতে চাৰাৰ ফটো চেচন , 

মিঠা ভংগীমাত চাৰা আৰু ইব্ৰাহিম। ছাৰাৰ বয়স ৯ বছৰ হোৱাৰ সময়ত চৈফ-অমৃতা পৃথক হৈছিল। তেতিয়াৰ পৰা, চাৰা আৰু ইব্ৰাহিম অমৃতাৰ সৈতে বাস কৰি আছে। চাৰাই মাক দেউতাকক স্বাভাৱিক চকুৰে পৃথক হোৱা দেখিছে। তেওঁৰ মতে, "যদি পিতৃ-মাতৃ পৃথক হয়, শিশুটোৰ জীৱন ধ্বংস নহয়। ইয়াৰ বিপৰীতে, যদি পিতৃ-মাতৃ পৃথকীকৰণৰ পৰা সুখী হয়, তেন্তে শিশুটোৰ জীৱনতো আনন্দ আছে। " 

গুলমাৰ্গত ভাতৃ ইব্ৰাহিমৰ সৈতে চাৰা আলী খান। স্কিয়িং, জেট স্কিয়িং, গণ্ডোলা ৰাইড উপভোগ কৰিছিল

Post a Comment

0 Comments