'জনকপুৰৰ জানকীয়ে মিচিক-মাচাক হাঁহে, ৰতনপুৰৰ বুধু আজি তাইৰ পিনে আহে' ! 'এৰাবাটৰ সুৰ'ত কণ্ঠ দিয়া পশ্চিমবংগৰ খ্যাতনাম কণ্ঠশিল্পী সন্ধ্যা মুখাৰ্জী আৰু নাই

 


 

গায়িকা সন্ধ্যা মুখাৰ্জীৰ ৯০ বছৰ বয়সত মৃত্যু হয়। সংবাদ সংস্থা পিটিআইৰ এক প্ৰতিবেদন অনুসৰি, তেওঁ হৃদৰোগত আক্ৰান্ত হৈছিল। কণ্ঠশিল্পীগৰাকীয়ে কেইসপ্তাহমান আগতে Covid-19ত আক্ৰান্ত হৈছিল আৰু চিকিৎসালয়ত ভৰ্তি হৈছিল।

দীৰ্ঘদিন ধৰি বংগত সংগীতৰ মূৰব্বী হিচাপে বিবেচিত কিংবদন্তি গায়িকা সন্ধ্যা মুখাৰ্জীৰ ৯০ বছৰ বয়সত মৃত্যু হয়। সংবাদ সংস্থা পিটিআইৰ এক প্ৰতিবেদন অনুসৰি, তেওঁ হৃদৰোগত আক্ৰান্ত হৈছিল। কণ্ঠশিল্পীগৰাকীয়ে কেইসপ্তাহমান আগতে Covid-19ত আক্ৰান্ত হৈছিল আৰু চিকিৎসালয়ত ভৰ্তি হৈছিল।

Post a Comment

0 Comments