বিয়া নামিছে ৰশ্মিকা মান্দান্নাৰ, দক্ষিণৰ এইজন ছুপাৰষ্টাৰৰ সৈতে, কি কয় ৰশ্মিকাই?

 


ৰশ্মিকা মান্দান্না  (Rashmika Mandanna) আৰু বিজয় দেৱেৰাকোণ্ডা (Vijay Deverakonda)ৰ যুটি চিনেমাৰ পৰ্দাৰ সমানে সমানে বাহিৰতো সমানেই জনপ্ৰিয়। প্ৰায়েই দুয়োকে একেলগে দেখা যায়। অলপতে দুয়োকে মুম্বাইত ডেটিং কৰা দেখা গৈছিল। এই ডেটিঙৰ পিছতে ৰশ্মিকা আৰু বিজয়ৰ প্ৰেমৰ কথা আৰু বিয়াৰ চৰ্চা দেশজুৰি বনজুইৰ দৰে বিয়পি পৰিছে। বহুতেই ক'ব বিচাৰে যে দুয়োজনে এই বছৰতে বিবাহ পাশত (Vijay Deverakonda and Rashmika Mandanna Wedding) আবদ্ধ হ'ব। কিন্তু তাৰকাসকলে কৰাৰ দৰে তেওঁলোকেও এই বিষয়ে কোনো কথা স্পষ্ট কৰা নাই।

উল্লেখ্য যে ৰশ্মিকা আৰু বিজয় দেৱেৰেকোণ্ডাই গীতা গোবিন্দম (Geetha Govindam) আৰু ডিয়েৰ কমৰেড (Dear Comrade) নামৰ দুখন ছুপাৰহিট ছবিত অভিনয় কৰিছে। তেতিয়াৰ পৰাই দুয়োজনৰ অনুৰাগীয়ে দুয়োজনৰ কেমিষ্ট্ৰী ভাল পায়। বাতৰি মতে এই বছৰৰ শেষৰ পিনে দুয়োজনে ববাহপাশত আবদ্ধ হ'ব

  • Rashmika Mandanna Wedding: বিয়া নামিছে ৰশ্মিকা মান্দান্নাৰ, দক্ষিণৰ এইজন ছুপাৰষ্টাৰৰ সৈতে, কি কয় ৰশ্মিকাই?

Rashmika Mandanna Wedding: বিয়া নামিছে ৰশ্মিকা মান্দান্নাৰ, দক্ষিণৰ এইজন ছুপাৰষ্টাৰৰ সৈতে, কি কয় ৰশ্মিকাই?

Rashmika Mandanna Wedding: বিয়া নামিছে ৰশ্মিকা মান্দান্নাৰ, দক্ষিণৰ এইজন ছুপাৰষ্টাৰৰ সৈতে, কি কয় ৰশ্মিকাই?

Rashmika Mandanna Wedding: বিয়া নামিছে ৰশ্মিকা মান্দান্নাৰ, দক্ষিণৰ এইজন ছুপাৰষ্টাৰৰ সৈতে, কি কয় ৰশ্মিকাই?

Rashmika Mandanna Wedding: বিয়া নামিছে ৰশ্মিকা মান্দান্নাৰ, দক্ষিণৰ এইজন ছুপাৰষ্টাৰৰ সৈতে, কি কয় ৰশ্মিকাই?

ৰশ্মিকা মান্দান্না  (Rashmika Mandanna) আৰু বিজয় দেৱেৰাকোণ্ডা (Vijay Deverakonda)ৰ যুটি চিনেমাৰ পৰ্দাৰ সমানে সমানে বাহিৰতো সমানেই জনপ্ৰিয়। প্ৰায়েই দুয়োকে একেলগে দেখা যায়। অলপতে দুয়োকে মুম্বাইত ডেটিং কৰা দেখা গৈছিল। এই ডেটিঙৰ পিছতে ৰশ্মিকা আৰু বিজয়ৰ প্ৰেমৰ কথা আৰু বিয়াৰ চৰ্চা দেশজুৰি বনজুইৰ দৰে বিয়পি পৰিছে। বহুতেই ক'ব বিচাৰে যে দুয়োজনে এই বছৰতে বিবাহ পাশত (Vijay Deverakonda and Rashmika Mandanna Wedding) আবদ্ধ হ'ব। কিন্তু তাৰকাসকলে কৰাৰ দৰে তেওঁলোকেও এই বিষয়ে কোনো কথা স্পষ্ট কৰা নাই।

উল্লেখ্য যে ৰশ্মিকা আৰু বিজয় দেৱেৰেকোণ্ডাই গীতা গোবিন্দম (Geetha Govindam) আৰু ডিয়েৰ কমৰেড (Dear Comrade) নামৰ দুখন ছুপাৰহিট ছবিত অভিনয় কৰিছে। তেতিয়াৰ পৰাই দুয়োজনৰ অনুৰাগীয়ে দুয়োজনৰ কেমিষ্ট্ৰী ভাল পায়। বাতৰি মতে এই বছৰৰ শেষৰ পিনে দুয়োজনে ববাহপাশত আবদ্ধ হ'ব।

বিজয় দেৱেৰাকোণ্ডা বৰ্তমান মুম্বাইত ব্যস্ত আছে লিগাৰ (Liger) ছবিখনৰ কামত য'ত কিংবদন্তী বক্সাৰ মাইক টাইছনেও অভিনয় কৰিব। আনহাতে ৰশ্মিকাি শেহতীয়াকৈ মুম্বাইত এটা ঘৰ কিনিছে। দুয়োকে মুম্বাই (Mumbai)ত কেইবাবাৰো একেলগে দেখা গৈছে।

এইবাৰ ৰশ্মিকাই নতুন বৰ্ষ উদযাপন কৰিছে বিজয় দেৱেৰাকোণ্ডাৰ পৰিয়ালৰ সৈতে।  ইমানেই নহয়, বিজয়ৰ মাকৰ সৈতেও অতি ভাল সম্পৰ্ক ৰশ্মিকাৰ। কিন্তু ২৩ বছৰীয়া ৰশ্মিকাই কয় যে বিবাহৰ বাবে এতিয়াও তেওঁ বহুত সৰু হৈ আছে। সময়েহে ক'ব ৰশ্মিকা-বিজয়ৰ বিয়াৰ খবৰ সঁচা নে মিছা?

Post a Comment

0 Comments