অভিলেখৰ লক্ষ্যৰে দৌৰিছে কণমানি ৰিয়াই, জনতা ভৱনৰ পৰা দৌৰিব নেহৰু ষ্টেডিয়ামলৈ

 


এই দৌৰৰ শুভাৰম্ভ কৰে কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই। প্ৰতি এক কিলোমিটাৰ ৭ মিনিটৰ ভিতৰত দৌৰিব ৰিয়াই।

অভিলেখৰ লক্ষ্যৰে দৌৰিছে কণমানি ৰিয়াই। আজি পুৱা ৮ বজাত ৫ বছৰীয়া কণমানি ৰিয়া সাহাই ৫০ মিনিটৰ ভিতৰত ৭ কিলোমিটাৰ অতিক্ৰম কৰাৰ লক্ষ্যৰে দৌৰ আৰম্ভ কৰিছে। জনতা ভৱনৰ পৰা নেহৰু ষ্টেডিয়ামলৈ দৌৰি ইউনিভাৰ্ছেল এছিয়ান ৰেকৰ্ড কৰিব ৰিয়াই।

এই দৌৰৰ শুভাৰম্ভ কৰে কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই। প্ৰতি এক কিলোমিটাৰ ৭ মিনিটৰ ভিতৰত দৌৰিব ৰিয়াই। অর্থাৎ ৫০ মিনিটত সম্পন্ন কৰিব ৭ কিলোমিটাৰ দৌৰ। এনে অভিলেখ সচাকৈয়ে বিৰল।

Post a Comment

0 Comments