আজি উত্তৰাখণ্ডত নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, ঘৰে ঘৰে গৈ কৰিব কেম্পেইন

 


আজি উত্তৰাখণ্ডত (Uttarakhand) নিৰ্বাচনী প্ৰচাৰ চলাব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma)। ডেৰাদুনত ঘৰে ঘৰে প্ৰচাৰ চলোৱাৰ লগতে ৰুদ্ৰপুৰত অংশগ্ৰহণ কৰিব এক জনসভাত। প্ৰথমবাৰলৈ উত্তৰ–পূবৰ মুখ্যমন্ত্ৰীয়ে উত্তৰ ভাৰতত চলাব নিৰ্বাচনী প্ৰচাৰ। 

 পুৱা ৯ বজাত উত্তৰাখণ্ডলৈ ৰাওনা হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এদিনীয়া ভ্ৰমণসূচীৰে উত্তৰাখণ্ডলৈ যোৱা মুখ্যমন্ত্ৰীগৰাকী নিশা ১২.৩০ বজাত উপস্থিত হ’ব গুৱাহাটীত।

এদিনীয়া ভ্ৰমণসূচীৰে উত্তৰাখণ্ডলৈ যোৱা মুখ্যমন্ত্ৰীগৰাকী নিশা ১২.৩০ বজাত উপস্থিত হ’ব গুৱাহাটীত।

 

Post a Comment

0 Comments