আকাশী নীলা পোছাকত পুনৰ চৰ্চাত উৰ্ফি জাভেদ, ভাইৰেল উৰ্ফিৰ ফটো
-
February 21, 2022
 
উৰ্ফি জাভেদে (Urfi Javed) পুনৰ এবাৰ ছচিয়েল 
মিডিয়াত শ্বেয়াৰ কৰিছে নিজৰ কেতবোৰ ফটো। ছচিয়েল মিডিয়াত উৰ্ফিৰ ফটো আপলোড 
হোৱাৰ পিছতে ভাইৰেল হৈ পৰে।উৰ্ফি জাভেদে (Urfi Javed) পুনৰ এবাৰ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে নিজৰ 
কেতবোৰ ফটো। ছচিয়েল মিডিয়াত উৰ্ফিৰ ফটো আপলোড হোৱাৰ পিছতে ভাইৰেল হৈ পৰে। 
এই ফটোসমূহত আকৌ এবাৰ উৰ্ফিৰ যৌৱনসিক্ত শৰীৰৰ যাদু দেখা গৈছে।
উৰ্ফি জাভেদৰ প্ৰফাইলত কোনো ফটো অহা মাত্ৰেই সেয়া ভাইৰেল হৈ পৰে। মাত্ৰ ৪ ঘণ্টাৰ ভিতৰত হাজাৰ হাজাৰ লাইক পৰিছে এই ফটোত।
ইমানেই নহয়, উৰ্ফিৰ অনুৰাগীসকলে তেওঁৰ ফটোত বহু কমেণ্ট কৰিছে। উৰ্ফিৰ সৌন্দৰ্যৰ প্ৰশংসা কৰিছে বিভিন্নজনে।
শেহতীয়াকৈ উৰ্ফি জাভেদক আকাশী নীলা ৰঙৰ পোছাকত দেখা গৈছে। 
 
 
 
  
 
 
 
 
0 Comments