আহিছে সুবৰ্ণ সুযোগ! মাত্ৰ ২৫ হাজাৰ টকা বিনিয়োগ কৰি উপাৰ্জন কৰক ১ লাখ ৪০ হাজাৰ টকা, জানি লওক সবিশেষ

 


যদি আপুনি এটা ভাল ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে  তেন্তে পোহা (Poha) উৎপাদন কৰা ইউনিট স্থাপন কৰিব পাৰে। পোহা এবিধ পুষ্টিকৰ (Nutritious) খাদ্য হিচাপে গণ্য কৰা হয়। ইয়াক বেছিভাগে জলপান হিচাপে গ্ৰহণ কৰে। আছে যথেষ্ট চাহিদা।

খাদী আৰু গ্ৰাম্য উদ্যোগ আয়োগে (Khadi Village Industries Commission) প্ৰস্তুত কৰা এক প্ৰকল্প প্ৰ'ফাইল প্ৰতিবেদন অনুসৰি, পোহা উৎপাদন ইউনিটৰ প্ৰকল্পটোৰ ব্যয় প্ৰায় ২.৪৩ লাখ টকা হয় আৰু চৰকাৰে আপোনাক ৯০ শতাংশলৈকে ঋণ প্ৰদান কৰিব। ইয়াৰ অৰ্থ হৈছে আপুনি আপোনাৰ পৰা মাত্ৰ ২৫,০০০ টকা বিনিয়োগ কৰিব লাগিব।

Post a Comment

0 Comments