ক'ৰোনাত আক্ৰান্তৰ ঘটনা যথেষ্ট হ্ৰাস পাইছে, বিগত ২৪ ঘণ্টাত দেশত ৮৩ হাজাৰ লোক আক্ৰান্ত

 


যোৱা ২৪ ঘণ্টাত, cত আক্ৰান্তৰ ঘটনা তীব্ৰভাৱে হ্ৰাস হৈছে। এই সময়ছোৱাত ৮৩,৮৭৬ টা নতুন ঘটনা পোহৰলৈ আহিছে। আনহাতে ৮৯৫ জনৰ মৃত্যু হৈছে। দিনটোত পজিটিভিটী হাৰ ৮ শতাংশৰ তললৈ হ্ৰাস পাইছে।

বিগত ২৪ ঘণ্টাত দেশত প্ৰায় ২ লাখ লোক Covid-19ৰ পৰা সুস্থ হৈছে। এতিয়ালৈ দেশত ১,৬৯,৬৩,৮০,৭৫৫ ক'ৰোনা ভেকছিনৰ পালি প্ৰদান কৰা হৈছে। সম্প্ৰতি দেশত Coronaৰ এক্টিভ কেছ হৈছে ১১,০৮,৯৩৮। এতিয়ালে ক'ৰোনাৰ সৈতে যুঁজ দি প্ৰাণ হেৰুৱাইছে দেশৰ ৫,০২,৮৭৪ জন লোকে।

Post a Comment

0 Comments