টুপী পিন্ধি জন্মদিন উদযাপন কৰা সেই শিশু আজি এগৰাকী ধুনীয়া অভিনেত্ৰী, কোন তেওঁ ধৰিব পাৰিছেনে?

 


আজিকালি ইণ্টাৰনেটত বলীউডৰ তাৰকাসকলৰ এটা বিশেষ ফেশ্বন হৈছে শৈশৱৰ ফটো পোষ্ট কৰা। হয়তো ডাঙৰ হোৱাৰ পিছত নষ্টালজিয়াই আমনি কৰে তেওঁলোককো। আনহাতে অনুৰাগীৰ বাবেও ই হৈ পৰে চৰ্চাৰ উৎস। নিমিষতে ভাইৰেল হৈ পৰে বলীউডৰ তাৰকাসকলৰ এই ফটো (Actress Childhood Photo)। কিন্তু ফটোৱে আনে প্ৰত্যাহ্বান। কিয়নো চিনাক্ত কৰাটো টান হৈ পৰে এতিয়াৰ চিনাকি মুখখন।

আমি আপোনাৰ ওচৰলৈ এনে এজন চেলিব্ৰিটিৰ নেদেখা ফটো এখন আনিছোঁ, যাক আনকি ডাঙৰ ফ্যেনবোৰেও চিনাক্ত কৰিব পৰা নাই। এই ফটোখনত মাক-দেউতাকৰ সৈতে জন্মদিন উদযাপন (Birthday Celebration) কৰি থকা দেখা গৈছে এই সৰু ছোৱালীজনীক। তেওঁ আজি বলীউডৰ শীৰ্ষ আৰু আটাইতকৈ ধুনীয়া অভিনেত্ৰী। কোন তেওঁ?

Post a Comment

0 Comments