শীঘ্ৰে এইসমূহ এনড্ৰইড স্মাৰ্টফোনত বন্ধ হ’ব WhatsApp, তালিকাত আছে কেইবাটাও iPhoneৰ মডেলো

 


বৰ্তমান আটাইতকৈ বেছি ব্যৱহাৰ হোৱা ইনষ্টাণ্ট মেছেজিং এপ। মেটাৰ এই মেছেজিং এপত ধাৰাবাহিকভাৱে নতুন নতুন সালসলনি ঘটাই অহা হৈছে। এতিয়া এনুৱেল আপডেট হিচাপে WhatsApp–এ পুৰণি এনড্ৰইড আৰু iOS অপাৰেটিং ছিষ্টেৰ স্মাৰ্টফোন মডেলত নিজৰ ছাপ’ৰ্ট বন্ধ কৰিবলৈ গৈ আছে। ২০২২ত এপটোৱে প্ৰায় ৫০টা মডেলৰ আইফোন আৰু এনড্ৰইড ফোনত নিজৰ ছাপ’ৰ্ট বন্ধ কৰিব পাৰে। এই তালিকাত iPhone 6S, iPhone SE, ছেমছাং গেলেক্সী ফোন, ছনী Xperia M, HTC Desire 500, LG Optimus F7ৰ দৰে ফোন অন্তৰ্ভুক্ত আছে।

WhatsApp–এ শীঘ্ৰে এনড্ৰইড ৪.১ত চলা ফোনত কাম নকৰিব আৰু iOS 9 আৰু তাৰ পূৰ্বৰ ছফ্টৱেৰত চলা আইফোনতো নচলিব।

Post a Comment

0 Comments