কেটক পাহৰিবলৈ পুনৰ প্ৰেমত পৰিছে ছলমান খান। অভিনেতাজনৰ নতুন বিদেশী প্ৰেয়সীক চিনি পায়নে

 


ছামান্থা লকউড (Samantha Lockwood)। বলীউডত কাণ পাতিলেই শুনা যায় এওঁৱেই হ'ল ছলমান খানৰ বৰ্তমান গাৰ্লফ্ৰেইণ্ড। অৱশ্যে এই বিষয়ে ছামান্থা অথবা ছলমান খান (Salman Khan)ৰ পৰা কোনো ধৰণৰ স্পষ্ট ইংগিত পোৱা নাই। ছামান্থা লকউড (Samantha Lockwood)। বলীউডত কাণ পাতিলেই শুনা যায় এওঁৱেই হ'ল ছলমান খানৰ বৰ্তমান গাৰ্লফ্ৰেইণ্ড। অৱশ্যে এই বিষয়ে ছামান্থা অথবা ছলমান খান (Salman Khan)ৰ পৰা কোনো ধৰণৰ স্পষ্ট ইংগিত পোৱা নাই।

ছামান্থা লকউড আমেৰিকাৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। শুনিবলৈ পোৱামতে ছামান্থাই হৈছে চলমান খানৰ বৰ্তমানৰ প্ৰেয়সী। যদি সেয়া সঁচা হয় তেন্তে জানোঁ আহক ছামান্থাৰ বিষয়ে নজনা কিছু কথা

ছামান্থা লকউডৰ জন্ম ১৯৮২ চনৰ ২৮ এপ্ৰিলত হৈছিল।

কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছৰ বাসিন্দা ছামান্থা লকউড

ষ্টাৰ ট্ৰেকৰ আইকন গ্ৰে লকউডৰ জীয়ৰী ছামান্থা লকউড

ছামান্থাৰ মাক এগৰাকী উদ্যোগপতি। নাম Denise DuBarry। ছামান্থাৰ মাকো এগৰাকী অভিনেত্রী আছিল। পিছত নিজৰ ব্যৱসায় আৰম্ভ কৰে।

Hawaii Five-0ত প্রশংসিত হৈছিল ছামান্থার অভিনয়। তাত Cindy Pattersonৰ ভূমিকাত অভিনয় কৰিছিল ছামান্থাই। তাৰ পৰাই জনপ্রিয়তা অর্জন কৰিছিল ।

ছামান্থা লকউড নিউয়ৰ্ক ফিল্ম একাডেমীৰ এগৰাকী ছাত্ৰী আছিল।

ছামান্থা লকউড তেওঁৰ যোগ প্ৰশিক্ষণৰ বাবেও জনপ্ৰিয়। 

Post a Comment

0 Comments