স্বামীৰ কোলাত মূৰ থৈ প্ৰমোদ বিহাৰত প্ৰিয়ংকা চোপ্ৰা, প্ৰেমৰ ছবিয়ে মুগ্ধ কৰিব!

 


২০২১ৰ শেষৰ ফালে ছচিয়েল মিডিয়াত প্ৰিয়ংকা চোপ্ৰা জোনাছৰ পৰা জোনাছ উপাধি আঁতৰোৱা খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছিল সকলোকে (Priyanka Chopra Nick Jonas)। বহুতেই কৈছিল, হয়তো নিক জোনাছৰ সৈতে বিবাহ বিচ্ছেদৰ সময় আহিছে প্ৰিয়ংকাৰ। কিন্তু সেই সকলো জল্পনা–কল্পনাক ওফৰাই পেলাইছে প্ৰিয়ংকাই। ২০২২ চনৰ আৰম্ভণিতে সমালোচকৰ মুখ বন্ধ কৰিলে প্ৰিয়ংকাই। স্বামীৰ কোলাত মূৰ ৰাখি, সুন্দৰ পোছাকত ইয়াতত ঘূৰি ৰোমাণ্টিক সময় কটালে নিক আৰু প্ৰিয়ংকাই। এই ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈছে।

Post a Comment

0 Comments