ৰাগছবিৰোধী এই অভিযানটো মৰিগাঁও আৰক্ষী আৰু ভূৰাগাঁও আৰক্ষীয়ে যুটীয়াভাৱে চলাইছিল।মৰিগাঁৱৰ ভূৰাগাঁৱৰ বালিডোঙাত ড্ৰাগছ মাফিয়াক কাবু কৰিবলৈ আৰক্ষীৰ গুলীচালনা। শ্বহিদুল ইছলাম নামৰ ড্ৰাগছ মাফিয়া এটাক কৰায়ত্ত কৰিবলৈ আৰক্ষীৰ শূন্যলৈ গুলীচালনা। অভিযানৰ সময়ত পলাবলৈ চেষ্টা কৰিছিল ড্ৰাগছ মাফিয়া শ্বহিদুল। তাৰ পিছতে আত্মসমৰ্পণ ড্ৰাগছ মাফিয়াটোৰ। পলায়ন আন কেইবাজনৰো। বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰে আৰক্ষীয়ে। ড্ৰাগছবিৰোধী এই অভিযানটো মৰিগাঁও আৰক্ষী আৰু ভূৰাগাঁও আৰক্ষীয়ে যুটীয়াভাৱে চলাইছিল।
0 Comments