সকলোৰে সন্মুখত খোল খাই গ'ল নোৰা ফাতেহীৰ টপ! এইগৰাকী অভিনেত্ৰীয়ে বুদ্ধিয়ে বচালে সন্মান


 বৰ্তমান সমগ্ৰ বিশ্ব কোৰোণাৰ কবলত পৰিছে। তেনে সময়তে এগৰাকী অভিনেত্ৰীৰ নৃত্যৰ ভিডিঅ' পোহৰলৈ আহিছে। য'ত অভিনেত্ৰীগৰাকীক অত্যন্ত বল্ড ৰূপত দেখিবলৈ পোৱা গৈছে। এই গৰাকী অভিনেত্ৰী আন কোনো নহয়,'ডান্স মেৰী ৰাণী' খ্যাত নোৰা ফাতেহী। নোৰাক এগৰাকী সাহসী অভিনেত্ৰী বুলিও জনা যায়। কেতিয়াবা নোৰা অপছ মমেণ্টৰো চিকাৰ হ'বলগীয়া হৈছে।

বলীউডৰ মোহময়ী অভিনেত্ৰী নোৰা ফাতেহী বাহুবলীৰ প্ৰচাৰমূলক গীতৰ দৃশ্যগ্ৰহণৰ সময়ত অপছ মমেন্টৰ চিকাৰ হৈছিল। অৱশ্যে ছবিখনৰ মুখ্য অভিনেত্ৰী তামান্নাৰ স্মাৰ্টনেছে সেই পৰিস্থিতিটো চম্ভালি লৈছিল। এয়া প্ৰথমবাৰৰ বাবে নহয় যে, বলীউদৰ অভিনেত্ৰী নোৰা ফাতেহী অপছ মমেণ্টৰ চিকাৰ হৈছে।

বলীউডত আত্মপ্ৰকাশ কৰা নোৰা ফাতেহী আজি সকলোৰে বাবে চিনাকী মুখ। অভিনেত্ৰীগৰাকীয়ে বাহুৱলী ছবিৰ প্ৰচাৰৰ সময়ত হঠাতে পৰিধান কৰা টপৰ ওপৰ অংশ খুলি পৰিবলৈ লৈছিল। আৰু তেতিয়াই অভিনেত্ৰী তমন্নাই চম্ভালী লয় পৰিস্থিতিটো।

Post a Comment

0 Comments